Cover

Noixobdot nixar nayok

ৰঞ্জু হাজৰিকা

Ungekürzt 9789354839207
3 Stunden 44 Minuten
Einige Artikel enthalten Affiliate-Links (gekennzeichnet mit einem Sternchen *). Wenn ihr auf diese Links klickt und Produkte kauft, erhalten wir eine kleine Provision, ohne dass für euch zusätzliche Kosten entstehen. Eure Unterstützung hilft, diese Seite am Laufen zu halten und weiterhin nützlichen Content zu erstellen. Danke für eure Unterstützung!

Vom Herausgeber

ড০ শুভজিত শ্যাম এজন প্ৰখ্যাত প্ৰত্নতত্ববিদ। তেওঁৰ গৱেষণাগাৰত বিভিন্ন সময়ৰ বিভিন্ন মূৰ্তি বিদ্যমান। কিছুদিনৰ আগতে পৰশুৰাম কুণ্ডৰ ওচৰত খননকাৰ্য চলোৱাৰ পিছত এটা সোণৰ গণেশৰ মূৰ্তি পাই তেওঁ সেইটো পৰীক্ষা নিৰীক্ষাৰ বাবে নিজৰ গৱেষণাগাৰত ৰাখিছিল। তেওঁৰ সহযোগী আছিল ড০ বৰুণ আচাৰ্য। অন্যদিনৰ দৰে সেইদিনাও নিশা এক/ডেৰ বজামানলৈকে ড০ শ্যাম নিজৰ সংগ্ৰহালয়ত আছিল। ড০ বৰুণ গুচি গৈছিল ঘৰলৈ। কিন্তু সেই নিশাই কোনো দুৰ্বৃত্তই ড০ শ্যামক হত্যা কৰি গণেশৰ মূৰ্তিটো লৈ উধাও হয়। হত্যাকাৰীৰ সন্ধানত আৰক্ষী বাহিনী নামি পৰে যদিও ড০ শ্যামৰ দুহিতা সুনন্দাই এই কামৰ দায়িত্ব দিয়ে প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰক। তাৰ পিছতে সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা আৰু চৰকাৰী ডিটেকটিভ দেৱজিৎ ফুকনৰ সৈতে তেওঁ আৰম্ভ কৰে অনুসন্ধান। অনুসন্ধান চলি থকাৰ মাজতে পবিত্ৰ লহকৰৰ হাতত পৰে মুৰ্মূষ অৱস্থাত ড০ শ্যামৰ হত্যাকাৰী দীনেশ। পিছে কোনে হত্যা কৰিবলৈ বিচাৰিছিল দীনেশক? চেতনা অহাৰ পিছত দীনেশে কোনোবা কুমাৰ চাহাবৰ কথা কৈছিল। লৈছিল দিলীপ আৰু নৃপেনৰ নাম। কিন্তু কোন এওঁলোক? কি কাৰণত হত্যা কৰা হ'ল ড০ শ্যামক? এক বিৰাট আন্তঃৰাষ্ট্ৰীয় মূৰ্তি সৰবৰাহ চক্ৰৰ পম খেদি এক ৰহস্য কথন। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'নৈঃশব্দ্যত নিশাৰ নায়ক'।

Veröffentlichungsdatum
07.05.22

Storyside IN