Cover

Duronto dosyu

ৰঞ্জু হাজৰিকা

Ungekürzt 9789354838521
2 Stunden 55 Minuten
Einige Artikel enthalten Affiliate-Links (gekennzeichnet mit einem Sternchen *). Wenn ihr auf diese Links klickt und Produkte kauft, erhalten wir eine kleine Provision, ohne dass für euch zusätzliche Kosten entstehen. Eure Unterstützung hilft, diese Seite am Laufen zu halten und weiterhin nützlichen Content zu erstellen. Danke für eure Unterstützung!

Vom Herausgeber

হঠাতে ঘটিল এটা হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ উহঁ বিচাৰিবলৈ নৌপাওঁতেই আহি পৰে দুৰন্ত দস্যু। কিন্তু কোন এই দুৰন্ত দস্যু? এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ থাকে হত্যাকাণ্ডবোৰ। সংঘটিত হোৱা হত্যাকাণ্ডত বিভ্ৰান্ত হৈ পৰে ডিটেকটিভ দেৱজিত ফুকন। ইফালে আকৌ প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ ৰহস্যৰ আঁত বিচাৰি গৈ বন্দী হৈ পৰে ৰহস্যৰ জালত। আৰু বিজ্ঞানী অমলকৃষ্ণ? পৃষ্ঠাই পৃষ্ঠাই ৰহস্য, ৰোমান্স, হত্যা, বিশ্বাসঘাটকতা। পিছে কোন সেই দুৰন্ত দস্যু? এই সকলোখিনি জানিবলৈ ষ্টৰীটেলযোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'দুৰন্ত দস্যু'।

Veröffentlichungsdatum
30.12.21

Storyside IN