Gupon kaitor aasur
ৰঞ্জু হাজৰিকা
Completo
•
9789354838699
2 horas 37 minutos
Algunos artículos contienen enlaces de afiliados (marcados con un asterisco *). Si hace clic en estos enlaces y compra productos, recibiremos una pequeña comisión sin coste adicional para usted. Su apoyo ayuda a mantener este sitio en funcionamiento y a seguir creando contenidos útiles. Gracias por su apoyo.
De la editorial
প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয় ?সেই শিহৰণকাৰী যাদু প্ৰদৰ্শনৰ সময়ত কি ঘটিছিল সেইদিনা ?সমাধিত পুতি থোৱা বাকচটোৰ পৰা ওলাই আহিব পাৰিল নে যাদুকৰ চাণক্য ? নে বিফল হ'ল সেই যাদু ? কোন আছে আঁৰত ? এনেদৰে ত্ৰিকোণ প্ৰেমৰ শিহৰণ , স্বাসৰুদ্ধময় উৎকণ্ঠা আৰু উদ্বেগেৰে ভৰা ৰহস্যধৰ্মী উপন্যাস 'গোপন কাঁইটৰ আঁচোৰ '-এ পাঠকক লৈ যায় কল্পনা -অনুভূতিৰ অন্য এক প্ৰান্তলৈ ।