Kojola kuwolir jontrona
ৰঞ্জু হাজৰিকা
Completo
•
9789354836596
4 horas 8 minutos
Algunos artículos contienen enlaces de afiliados (marcados con un asterisco *). Si hace clic en estos enlaces y compra productos, recibiremos una pequeña comisión sin coste adicional para usted. Su apoyo ayuda a mantener este sitio en funcionamiento y a seguir creando contenidos útiles. Gracias por su apoyo.
De la editorial
অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। কাহিনী গতি কৰিছে দুটা পৃথক ধৰণে। ৰিপুৰ বশৰ্ৱতী হৈ নিজৰে সম্পত্তিবোৰৰ অনিৰাপত্তা বুলি ধৰি লৈ জীৱন যাপন কৰা এজন লোক ইন্দ্ৰজিৎ দত্তৰ কাহিনী। আনটো কাহিনী নিৰ্ধাৰিত লিপ্সাই কোঙা কৰা ডা° বিজয় চৌধুৰীৰ জীৱনৰ আধাৰত। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।