Cover

Tezor Obhixaar

ৰঞ্জু হাজৰিকা

Onverkort 9789354838613
3 uur 22 minuten
Sommige artikelen bevatten affiliate links (gemarkeerd met een sterretje *). Als je op deze links klikt en producten koopt, ontvangen we een kleine commissie zonder extra kosten voor jou. Uw steun helpt ons deze site draaiende te houden en nuttige inhoud te blijven maken. Hartelijk dank voor uw steun!

Van de uitgever

লেখক ৰঞ্জু হাজৰিকাদেৱৰ সুন্দৰ সৃষ্টি 'তেজৰ অভিসাৰ', দুখন উপন্যাসৰ সমষ্টি 'মৃত্যু অভিসাৰ' আৰু 'ক্ষুধিত সৰীসৃপ'। ডিটেক্টিভ কাহিনীৰ পাততেই কেৱল ৰহস্য আবদ্ধ নহয়, ৰহস্য সৰ্বত্ৰ। বিশ্বজগত, মহাকাশ সকলোতেই আছে ৰহস্য। লেখকৰ এই উপন্যাসখনিৰ কাহিনী দুটি বিজ্ঞাননিৰ্ভৰ। একে আষাৰে কল্পবিজ্ঞান আখ্যা নিদি হ'ৰৰ উপন্যাস বুলিও ক'ব পাৰি। কাহিনী দুটি সম্পূৰ্ণ কল্পনাপ্ৰসূত। আৰু এই উপন্যাসখনিৰ কাহিনী দুটিৰ বিষয়বস্তু হৈছে প্ৰাগ্ঐতিহাসিক যুগৰ এক বিশাল আকাৰৰ জীৱ। শিহৰণ-শংকা-উদ্বেগ-উত্কণ্ঠাভৰা ৰহস্যকেন্দ্ৰিক উপন্যাস দুখনে পাঠকক আমোদ দিব বুলি আশা কৰিলোঁ। গতিকে আজিয়েই 'ষ্টৰীটেল অসমীয়া'ত উপলব্ধ এই উপন্যাসখনি মোৰ সতে শুনোঁ আহকছোন।

Publicatiedatum
01-09-2022

Storyside IN