Cover

Nil Prajapati

অনুৰাধা শৰ্মা পূজাৰী

Onverkort 9789354346408
5 uur 48 minuten
Sommige artikelen bevatten affiliate links (gemarkeerd met een sterretje *). Als je op deze links klikt en producten koopt, ontvangen we een kleine commissie zonder extra kosten voor jou. Uw steun helpt ons deze site draaiende te houden en nuttige inhoud te blijven maken. Hartelijk dank voor uw steun!

Van de uitgever

সুখৰ পখিলাটো অহৰহ খেদি ফুৰে মানুহে। পায় জানো সুখ? নীল প্ৰজাপতি পৱিত্ৰ, অস্পৰ্শা, গভীৰ অৰণ্যতহে বিচাৰি পোৱা যায় বুলি প্ৰবাদ আছে। তেনেহলে, মানুহৰ সুখৰ নীল প্ৰজাপতিটোও মানুহৰেই অন্তৰৰ একান্ত নিভৃততম কোণত লুকাই নাথাকে জানো? অথচ, বিশ্বায়নে সৰু কৰি অনা পৃথিৱীত মানুহ যেন ক্ৰমশঃ আঁতৰি গৈ আছে ইজনে সিজনৰ মনৰ পৃথিৱীখনৰ পৰা। মনৰ সম্পৰ্কবোৰত থকা সুখ, দুখ, বিশ্বাস, সংঘাত, মিলন আদি অনুভূতিবোৰ যেন জটিলতৰ হৈ গৈ আছে। ক'ত বিচাৰি চোৱা যায় সুখৰ নীল প্ৰজাপতি? আহক বিচাৰি চাওঁ অনুৰাধা শৰ্মা পূজাৰীৰ এই মনোমোহা উপন্যাসখনত।

Publicatiedatum
12-12-2021

Storyside IN