Cover

Xongupone Xeujiya

মনালিছা শইকীয়া

Onverkort 9789354344220
3 uur 52 minuten
Sommige artikelen bevatten affiliate links (gemarkeerd met een sterretje *). Als je op deze links klikt en producten koopt, ontvangen we een kleine commissie zonder extra kosten voor jou. Uw steun helpt ons deze site draaiende te houden en nuttige inhoud te blijven maken. Hartelijk dank voor uw steun!

Van de uitgever

জীৱনৰ বিয়লি বেলাত জীতেন বৰুৱাৰ মনত অলপ অভিমান হয়। কিন্তু কাৰ ওপৰত এই অভিমান? ইয়াৰ কাৰণ কি? কিয় কেতিয়াবা সংগোপনে বগোৱা বাই আহে এছাটি অভিমানে? কেতিয়াবা ভুগিছেনে অস্থিৰতাত? হেৰাই গৈছে নে কেতিয়াবা নিজৰ মাজতে? হেৰাই হেৰাই পুনৰ নিজক বিচাৰি চোৱাৰ প্ৰচেষ্টা কি এক আনন্দদায়ক বেদনা। অনুভৱ কৰিছেনে কেতিয়াবা? বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী গল্পবোৰৰ পৃষ্ঠা পৃষ্ঠাই অনুভৱ কৰাই যায় এই অভিমানী মনটোৰ। পঢ়ি যাওঁতে বুকুৰ কোণত বাজি উঠে বিষাদভৰা বাঁহীৰ সুৰ এটা। সেই সুৰে কৈ যাব খোজে বহু কথাই । সেই কথাৰ মাজতে বিচাৰি পাব আপোনাক, মোক বা আমাৰ দৰে হাজাৰজনক। ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক 'ষ্টৰীটেল' যোগে মনালিছা শইকীয়াৰ গল্প সংকলন 'সংগোপনে সেউজীয়া'

Publicatiedatum
22-05-2022

Storyside IN