Cover

Nirobodhi Noiranjana

গীতালি বৰা

Onverkort 9789354341892
3 uur 1 minuut
Sommige artikelen bevatten affiliate links (gemarkeerd met een sterretje *). Als je op deze links klikt en producten koopt, ontvangen we een kleine commissie zonder extra kosten voor jou. Uw steun helpt ons deze site draaiende te houden en nuttige inhoud te blijven maken. Hartelijk dank voor uw steun!

Van de uitgever

নিৰবধি নৈৰঞ্জনা লেখিকা গীতিলি বৰাৰ এক অপৰূপ সৃষ্টি, য'ত সন্নিবিষ্ট হৈ আছে সাতোটিকৈ গল্প । ইয়াৰ প্ৰতিটো গল্পতে প্ৰকাশ পাইছে নাৰীৰ এক অপ্ৰকাশিত জীৱন্ত ছবি। প্ৰতিখন জীৱন্ত ছবিৰ আঁৰৰ একোটা কাহিনী, যি হয়তো আমি সহজে উপলদ্ধি কৰিব পৰা নাছিলো, কিন্তু লেখিকাৰ কলমত বহু কথাই আমাক আকৌ এবাৰ ভাবিবৰ কাৰনে অৱকাশ দিছে ৷ এই কিতাপ খনৰ জৰিয়তে লেখিকাৰ বিষয়বস্তু নিৰ্বাচন আৰু বিষয়বস্তুৰ ওপৰত থকা তেওঁৰ দক্ষতা , পৰিৱেশ ৰচনা, ঘটনাৰ বিন্যাসৰ ক্ষেত্ৰত মিতব্যয়ী হৈ পাঠকৰ মনৰ উৎকণ্ঠা উপস্থাপনত বিশেষ দক্ষতা দেখা গৈছে ৷ ইয়াত নাম ভূমিকাৰ গল্পটো সঁচায়ে হৃদয়স্পৰ্শী ৷

Publicatiedatum
22-03-2022

Storyside IN