Cover

Xorilot Ekura Jui

চৈয়দ আব্দুল মালিক

Onverkort 9789354348082
5 uur 3 minuten
Sommige artikelen bevatten affiliate links (gemarkeerd met een sterretje *). Als je op deze links klikt en producten koopt, ontvangen we een kleine commissie zonder extra kosten voor jou. Uw steun helpt ons deze site draaiende te houden en nuttige inhoud te blijven maken. Hartelijk dank voor uw steun!

Van de uitgever

ৰূপে গুণে ধুনীয়া এজনী ছোৱালী ফিৰোজা, জগত জিনিব বিচৰা চঞ্চল তটিনী যেন এজনী ছোৱালী। আৰু বিচৰাধৰণেই আগুৱাই যোৱাত তাইৰ কাৰণে যেন একোৱে বাধা নাই এই পৃথিৱীত! উপযুক্ত সময়ত ধন-মান-যশেৰে পৰিপূৰ্ণ মৰমীয়াল প্ৰেমিক বন্ধু জাহিদৰ লগত বিয়া। বন্ধুবৰ্গই ঈৰ্ষাৰ চকুৰে চাবপৰা এটা জীৱন। গৰ্বিত হ'ব পৰা এটা জীৱন! কিন্তু তাৰ পিছতো সুখ বিচাৰি হাঁহাকাৰ কৰিছিল নেকি ফিৰোজাই? নামহীন কিবা নোপোৱাৰ বেদনাত ধিক্কাৰ দিছিল নেকি জীৱনটোক? চাজ্জাদক অন্তৰংগভাৱে কিয় লগ পাব বিচাৰিছিল? কিন্তু এই চাজ্জাদ কোন? আৰু তেওঁৰ লগত সম্পৰ্ক? শেষত সুখী জীৱনৰ সংজ্ঞা বিচাৰি এটা সিদ্ধান্তত উপনীত হৈছিল ফিৰোজা। কিন্তু কি এই সিদ্ধান্ত! এই সকলোখিনি জানিবৰ বাবে শুনো আহক চৈয়দ আব্দুল মালিকৰ উপন্যাস 'শৰীলত একুৰা জুই'।

Publicatiedatum
14-12-2021

Storyside IN